গুৱাহাটীৰ উপকণ্ঠ অঞ্চল
বিমান বন্দৰৰ পৰা গুৱাহাটীলৈ প্ৰায় ৪ কিল’মিটাৰ দূৰত্বত বাইপাছেৰে ভ্ৰমণ কৰি আগবাঢ়িলে ক্রমান্বয়ে নীলা পাহাৰেৰে আগুৰি থকা জলভাগৰ দৃশ্য দেখি মুহিত হ’ব। বৃহৎ জলাশয়েৰে জীৱ-বিচিত্ৰতাৰে গৌৰৱ কৰা দীপৰ বিল (বিমান বন্দৰৰ পৰা ১১ কিল’মিটাৰ) হ’ল পক্ষীৰ ৰম্যভূমি তথা ব্রহ্মপুত্র উপত্যকাৰ অন্যতম বৃহৎ বিল। বিশেষকৈ শীতকালত বিভিন্নধৰণৰ চৰাইৰ প্ৰজাতিৰ বাবে গৌৰৱ কৰি দীপৰ বিল বা “হস্তী […]
গুৱাহাটীৰ উপকণ্ঠ অঞ্চল Read More »









