হাজো, নাজীফুল, মন্দিৰ আৰু উৎসৱৰ সমাহাৰ
গুৱাহাটীত পুৱা হোৱাৰ লগে লগে ভৰলুমুখৰ ব্ৰহ্মপুত্ৰ আৰু উদীয়মান সূৰ্যৰ শোভা বৃদ্ধি কৰি ৰাস্তাৰ কাষত কমলা আৰু হালধীয়া বঙৰ নাৰ্জী (গেণ্ডা, মেৰীগ’ল্ড) ফুলৰ বজাৰ এখন ফুলি উঠে। পুৱা কামাখ্যা দৰ্শনৰ বাবে ওলাই অহা নতুবা প্রাতঃভ্রমণ কৰা পৰ্যটকৰ বাবে এয়া হ’ল অতি আকর্ষণীয় স্নেপশ্বট। সাধাৰণতে দুঘণ্টামানতে এই ফুল আৰু মালাৰ দ’মবোৰ বিক্ৰী হৈ যায় আৰু তাৰ […]
হাজো, নাজীফুল, মন্দিৰ আৰু উৎসৱৰ সমাহাৰ Read More »