দক্ষিণ কামৰূপৰ কৈৱৰ্ত- জলকেওট সম্প্ৰদায়ৰ কালজয়ী পৰম্পৰা অন্বেষণ
গুৱাহাটীৰ পৰা মাত্র ৫০ কিল’মিটাৰ নিলগৰ কামৰূপ মধুপুৰৰ ৫ গ্রাম্য অঞ্চলত, দক্ষিণ কামৰূপৰ কুকুৰমাৰাত আপুনি অনুভৱ কৰিব প্ৰকৃতিৰ ছন্দৰ সৈতে গভীৰভাৱে জড়িত জীবন। ইয়াত নামনি অসমৰ আদিবাসী মাছমৰীয়া সম্প্রদায় কৈৱর্ত-জলকেওটৰ মাজত আপুনি জীৱনৰ এক নিস্তব্ধ গতিৰ টান অনুভৱ কৰিব। তেওঁলোকৰ পূৰ্বপুৰুষৰ সময়ৰ পৰা বিশেষ পৰিৱৰ্তন হোৱা নাই। কিয়নো নদী আৰু জলাশয়ৰ পৰা জীৱিকা অন্বেষণ কৰা […]
দক্ষিণ কামৰূপৰ কৈৱৰ্ত- জলকেওট সম্প্ৰদায়ৰ কালজয়ী পৰম্পৰা অন্বেষণ Read More »