শিৱসাগৰ আৰু চৰাইদেউক আৱিষ্কাৰ

ডিব্ৰুগড়ৰ পৰা দুঘণ্টা, যোৰহাটৰ পৰা ৬০ কিল’মিটাৰ আৰু গুৱাহাটীৰ পৰা ৩৭০ কিল মিটাৰ দূৰত্বত থকা শিৱসাগৰ হ’ল ইতিহাস, সংস্কৃতি আৰু অভিযান্ত্রিকতাৰ জীবন্ত কেন্‌ভাছ। এই গল্পময় চহৰখনৰ ফালে যাত্রা কৰি থাকোঁতে, সতেজ আলিংগনত সোমাই, গৌৰবময় ঐতিহ্যৰ সৈতে মুখামুখিৰ বাবে প্রস্তুত হওক। যদি আপোনাৰ যাত্রা হয় যোৰহাটৰ পৰা তেনেহ’লে ১৯৩৫ চনৰ দিখৌৰ তীখা দলঙলৈ প্রথমেই চকু দিয়ক।

শিৱসাগৰ আৰু চৰাইদেউক আৱিষ্কাৰ Read More »

অসমৰ চাহ পর্যটন পাতৰ পৰা কাপলৈ যাত্রা

অসমত চাহ পর্যটন হৈছে মনোমোহা ঔপনিৱেশিক শৈলীৰ বাগিচাৰ বাংলোত জীবন অনুভব কৰা বা ইয়াব জালি কোঠাৰ পৰা সূর্যব ৰশ্মি উপভোগ কৰাতকৈও অধিক বেছি। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ দুয়োপাৰে লহপহকৈ বাঢ়ি অহা চাহ গছবোৰ জগতখনৰ গভীৰতা ডুব গৈ আছে ৷ চাহ পর্যটন হ’ল এক অভিজ্ঞতাভিত্তিক পর্যটন, যিটো বিশ্বজুৰি প্রচলিত এক ধাৰা। ঔপনিৱেশিক জীৱনশৈলীব অভিজ্ঞতা লাভ কৰাৰ

অসমৰ চাহ পর্যটন পাতৰ পৰা কাপলৈ যাত্রা Read More »

অসমৰ প্ৰাক শস্য চপোৱা উৎসৱ – বাইখো পূজা উৎসৱ

অসমৰ উৎসৱ কেলেণ্ডাৰ হ’ল চিত্রময় পৰিৱেশ, উজ্জ্বল পৰিৱেশন আৰু ৰঙীন সাজ-পোছাকৰ এক ক’লাজ। অসমৰ ৰাভা সম্প্রদায়ৰ লোকে বসবাস কৰা অঞ্চলত মে’-জুনত (অসমীয়া জেঠ মাহ) বাইখো পূজা পালন কৰা হয়। বকোৰ পৰা প্রায় ২৫ কিল’মিটাৰ আৰু গুৱাহাটীৰ পৰা প্ৰায় ৯৫ কিল’মিটাৰ দূৰত্বত থকা গমেৰিমুৰাত ই এক বৃহৎ উৎসব। বাইখোৱে কেৱল ৰাভাসকলৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ আভাস দিয়াই

অসমৰ প্ৰাক শস্য চপোৱা উৎসৱ – বাইখো পূজা উৎসৱ Read More »

Baikho Puja Festival – Assam’s Dynamic Pre-Harvest Celebration

Assam’s calendar of festivals is a mosaic of picturesque settings, vibrant performances, and colourful attire. The Baikho Puja is celebrated during May-June (Assamese ‘Jeth’ month) at the different Rabha inhabited areas of Assam. It is a grand celebration in Gamerimura, about 25 km from Boko and a total of 95 km approximately from Guwahati. Not

Baikho Puja Festival – Assam’s Dynamic Pre-Harvest Celebration Read More »

দক্ষিণ কামৰূপৰ কৈৱৰ্ত- জলকেওট সম্প্ৰদায়ৰ কালজয়ী পৰম্পৰা অন্বেষণ

গুৱাহাটীৰ পৰা মাত্র ৫০ কিল’মিটাৰ নিলগৰ কামৰূপ মধুপুৰৰ ৫ গ্রাম্য অঞ্চলত, দক্ষিণ কামৰূপৰ কুকুৰমাৰাত আপুনি অনুভৱ কৰিব প্ৰকৃতিৰ ছন্দৰ সৈতে গভীৰভাৱে জড়িত জীবন। ইয়াত নামনি অসমৰ আদিবাসী মাছমৰীয়া সম্প্রদায় কৈৱর্ত-জলকেওটৰ মাজত আপুনি জীৱনৰ এক নিস্তব্ধ গতিৰ টান অনুভৱ কৰিব। তেওঁলোকৰ পূৰ্বপুৰুষৰ সময়ৰ পৰা বিশেষ পৰিৱৰ্তন হোৱা নাই। কিয়নো নদী আৰু জলাশয়ৰ পৰা জীৱিকা অন্বেষণ কৰা

দক্ষিণ কামৰূপৰ কৈৱৰ্ত- জলকেওট সম্প্ৰদায়ৰ কালজয়ী পৰম্পৰা অন্বেষণ Read More »

মাজুলী বৈষ্ণৱ ধৰ্মৰ ভেটিকান

ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিং নদীৰ মাজৰ বৃহৎ ভূ-খণ্ড মাজুলী এসময়ত বন্যপ্রাণীৰ নির্জন অভয়াৰণ্য আছিল। অধ্যাপক ডম্বৰুধৰ নাথে কোৱাৰ দৰে মাজুলী দ্বীপত ‘মূলসুঁতিৰ সমাজৰ সৈতে সীমিত যোগাযোগ আছিল, বহু বাসিন্দাই কেতিয়াও ব্রহ্মপুত্রৰ সিপাৰে খোজ দিয়া নাছিল। বৈষ্ণৱ সমাজ সংস্কাৰক মহাপুৰুষ শংকৰদেৱে ১৫-১৬ শতিকাত বেলগুৰি ধুৱাহাটত এখন সত্র প্রতিষ্ঠা কৰাৰ লগে লগে এই কথা সলনি হয়। সময়ৰ লগে

মাজুলী বৈষ্ণৱ ধৰ্মৰ ভেটিকান Read More »

অসমৰ পুতলা শিল্প-পর্যটন

পৰ্যটনৰ লেন্সেৰে চালে পুতলা নাচ এনে এটা সাংস্কৃতিক পৰম্পৰা, যি ব্রহ্মপুত্র উপত্যকাৰ চিত্রময় গাঁওসমূহলৈ অহা দর্শনার্থীৰ অভিজ্ঞতাকন-ৰূপ দিয়ে। এই জনপ্রিয় লোককলাৰ মনোৰঞ্জন অনুষ্ঠান, চাংসাৰি, টিহু আৰু নলবাৰী অঞ্চলত অধিক সুলভ। লগতে গুৱাহাটীকে ধৰি নামনি অসম আৰু মধ্য অসমৰ নগাঁও আৰু মৰিগাঁও তথা উজনি অসমৰ মাজুলী আৰু তিতাবৰৰ মনোমোহা অঞ্চলতো ইয়াক দেখা পোৱা যায়। গতিকে যেতিয়া

অসমৰ পুতলা শিল্প-পর্যটন Read More »

× Get in touch with me!