অসমৰ ৰন্ধন পৰ্যটন
অসমত প্রতিটো আহাৰেই একো একোটা কাহিনী কয়। এই মনোমোহা অঞ্চলটোৰ মাজেৰে বিচৰণ কৰি থাকোঁতে এই বিবিধ আহাৰে আপোনাক ইয়াৰ সাংস্কৃতিক হৃদয়ৰ গভীৰতালৈ লৈ যাব। সজীৱ চহৰ গুৱাহাটীত ৰাজ্যৰ আন আন চহৰৰ দৰে অসংখ্য জনগোষ্ঠীয় বেষ্টুৰেণ্ট আছে, য’ত আপুনি অসমীয়া খাদ্যৰ প্ৰামাণিক সোৱাদত নিজকে বিলীন কৰি ল’ব পাৰে। কাজি নেমুৰ (অসমীয়া নেমু) টুকুৰা এটা চেপি সেউজীয়া […]








