দিকচক এটা গ্রাম্য আশ্রয়ল
গুৱাহাটীৰ পৰা মাত্র ৩৫ কিল’মিটাৰ দূৰত্বত অৱস্থিত সোণাপুৰ বিনোদনমূলক কাৰ্যকলাপৰ সৈতে খাদ্যৰসিকৰ বাবে এক জনপ্রিয় স্থান। অসমত বসবাস কৰা বহুতো তিব্বতী-বর্মান জনজাতিৰ ভিতৰত অন্যতম সংখ্যাগৰিষ্ঠ আৰু সমজাতীয় কাৰ্বিসকলৰ বসতি প্রধান এই অঞ্চল বড়ো, তিৱা আৰু আন বহুতো জনগোষ্ঠীৰো বাসস্থান। ইয়াৰ পৰা বুজা যায় যে ই বৈচিত্র্যময় সংস্কৃতিৰ সমন্বয়ৰ ভূমি l পাহাৰৰ মাজত লুকাই থকা তথা […]
দিকচক এটা গ্রাম্য আশ্রয়ল Read More »









