শুৱালকুছিৰ সিদ্ধেশ্বৰ মন্দিৰ
এইবাৰ গুৱাহাটীৰ পৰা ৪৫ কিল’মিটাৰ নিলগৰ শুৱালকুছিলৈ যাত্ৰা কৰোঁ আহক। শুৱালকুছি পালেহি আপুনি গম পাব এই অঞ্চল অকল ৰেচমৰ সপোন ৰচা স্থানতকৈও বহু বেছি সমলযুক্ত। ইয়াত ইতিহাসৰ বহু খণ্ডিত অংশ স্থাপত্য, ভাস্কৰ্য আৰু আনকি বয়নৰ ৰূপত বিদ্যমান। উদাহৰণ স্বৰূপে ইয়াৰ মুগাৰ ইতিহাস ল’ব পাৰি। পুৰণি কালত শুৱালকুছিৰ ব্যবসায়ীসকলে উজনি অসমলৈ কৰা ভ্ৰমণবোৰৰ কোনোবা এটাত এই […]
শুৱালকুছিৰ সিদ্ধেশ্বৰ মন্দিৰ Read More »









