চলাপথাৰ টাই সংস্কৃতিৰ প্ৰাণকেন্দ্র
শিৱসাগৰৰ পৰা ৪০ কিল’মিটাৰ নিলগত তথা সোণাৰিৰ সমীপত অৱস্থিত চলাপথাৰ হ’ল মুষ্টিমেয় ভূ- স্বৰ্গসদৃশ স্থানৰ এখন। শান্তি আৰু নির্মলতাৰ পৰা উদ্ভিদ আৰু প্রাণীজগতলৈ, লগতে সংস্কৃতি আৰু ঐতিহ্যৰে সমৃদ্ধ চলাপথাৰ হ’ল বিচিত্ৰ অভিজ্ঞতাৰ পটভূমি ৷ ইয়াত টাই- খাময়াংসকলৰ জীৱন শৈলী উপলব্ধি কৰি সমগ্ৰ দক্ষিণ-পূব এছিয়াত এতিয়া বিয়পি থকা বৃহত্তৰ টাই জনগোষ্ঠীৰ সংস্কৃতিৰ আভাস পাব পাৰি । […]
চলাপথাৰ টাই সংস্কৃতিৰ প্ৰাণকেন্দ্র Read More »