All Posts

উজনি অসমৰ সৰুচহৰ আৰু গোলাঘাট

কাজিৰঙাৰ বন্য প্রাণীৰ জগতৰ পৰা আৰু আগবাঢ়ি যাত্রা কৰক, নতুন নতুন আৱিষ্কাৰত আপুনি বিস্ময়াভিভূত হৈ পৰিব। প্ৰথমে মাত্র ৩০ কিল’মিটাৰ দূৰৈত পাব বোকাখাত। ইয়াতে পাব এখন গৃহস্থীসহ কুৰুৱাবাহী সত্ৰ। এই সত্ৰ সাধাৰণতে দেখা পোৱা কেৱলীয়া ভকতৰ পৰিৱৰ্তে গৃহস্থী ভকতৰে সমৃদ্ধ। ইয়াৰ সজীৱ পৰিৱেশ আপোনাৰ যাত্ৰাপথত এনে এটা সুৰ দিব, যি আপোনাক এখন প্রত্নতাত্ত্বিক স্থান আৰু […]

উজনি অসমৰ সৰুচহৰ আৰু গোলাঘাট Read More »

তিৱা সংস্কৃতিৰ প্ৰাণ

গুৱাহাটীৰ পৰা মাত্র ১০০ কিল’মিটাৰ নিলগত পশ্চিম কাৰ্বি আংলং জিলাত দেখা পাব অসমৰ বাঁহ প্ৰদেশৰূপে খ্যাত আমচাই উপত্যকা। আদিবাসী তিৱা জনগোষ্ঠীৰ লোকসকলৰ গাঁৱেৰে ভৰপূৰ এই অঞ্চল হ’ল নৈসর্গিক সৌন্দৰ্যৰ ভাণ্ডাৰ। ইয়াত গ্ৰাম্য জীৱনৰ প্ৰতিটো ঢাপতে বাঁহৰ আধিপত্য দেখা পাব— একেবাৰে পথৰ দুয়োকাষৰ জোপোহাৰ পৰা ঘৰৰ বেৰ আৰু জপনা পর্যন্ত। ‘কষ্টকৰ পথে শ্ৰেষ্ঠ স্থানৰ সন্ধান দিয়ে’

তিৱা সংস্কৃতিৰ প্ৰাণ Read More »

বস্ত্ৰ ভ্ৰমণ

অভিজ্ঞতাৰ সোৱাদ লোৱাৰ বাবে অসম এক উত্তম গন্তব্যস্থান, তালিকাৰ শীৰ্ষত আছে হস্তশিল্প আৰু হস্ততাঁত। গাঁৱৰ ঘৰবোৰ ভ্ৰমণ কৰক যত বয়ন হৈ পৰিছে গঞাৰ জীৱনশৈলীৰ অংশ, সেই জীৱন শৈলী এতিয়া ৰাজ্যখনৰ ভ্ৰমণৰো অবিচ্ছেদ্য অংশ। হেণ্ডলুম আৰু চেৰিকালচাৰ পৰম্পৰাৰ সুন্দৰ ধাৰাবাহিকতাক শলাগ লোৱাৰ লগতে তাঁতশালবোৰে খটখট কৰা শব্দবোৰ আৰু সূতাবোৰে ৰঙীন আৰ্হিত বোৱাটো চাবলৈ আকর্ষণীয়। বহুদিনৰ পৰাই

বস্ত্ৰ ভ্ৰমণ Read More »

ৰাণী-গৰভঙা

আকৰ্ষণীয় সমল আৰু অভিজ্ঞতাৰে বিয়পি পৰা এখন গ্রাম্য অঞ্চল হ’ব পাৰে এক আকর্ষণীয় আৱিষ্কাৰ। যদিহে ই কেৱল এখন চহৰৰ চুকত হয় তেন্তে সোণত সুৱগা । ৰাণী-গৰভঙা হৈছে বৃক্ষাবৃত পাহাৰ, উপত্যকা আৰু নদীৰে আগুৰা অসমৰ প্ৰাকৃতিক সৌন্দর্য। গুৱাহাটীৰ মাত্র ৩০ কিল’মিটাৰ নিলগৰ ৰাণীত আপুনি জীৱনৰ এনে এক গতি বিচাৰি পায় যাক আপুনি চিৰদিনৰ বাবে আঁকোৱালি ল’ব

ৰাণী-গৰভঙা Read More »

দিকচক এটা গ্রাম্য আশ্রয়ল

গুৱাহাটীৰ পৰা মাত্র ৩৫ কিল’মিটাৰ দূৰত্বত অৱস্থিত সোণাপুৰ বিনোদনমূলক কাৰ্যকলাপৰ সৈতে খাদ্যৰসিকৰ বাবে এক জনপ্রিয় স্থান। অসমত বসবাস কৰা বহুতো তিব্বতী-বর্মান জনজাতিৰ ভিতৰত অন্যতম সংখ্যাগৰিষ্ঠ আৰু সমজাতীয় কাৰ্বিসকলৰ বসতি প্রধান এই অঞ্চল বড়ো, তিৱা আৰু আন বহুতো জনগোষ্ঠীৰো বাসস্থান। ইয়াৰ পৰা বুজা যায় যে ই বৈচিত্র্যময় সংস্কৃতিৰ সমন্বয়ৰ ভূমি l  পাহাৰৰ মাজত লুকাই থকা তথা

দিকচক এটা গ্রাম্য আশ্রয়ল Read More »

উত্তৰ গুৱাহাটী প্রত্নতত্ত্বৰ আভাস

উত্তৰ গুৱাহাটীৰ প্ৰতিটো কোণতে বুৰঞ্জী বিচাৰি পোৱা যায়। গুৱাহাটীৰ পৰা ২৫ কিল’মিটাৰ দূৰৈত অৱস্থিত তথা এসময়ত দুর্জয়া নামে জনাজাত এই অঞ্চল হ’ল প্ৰাচীন কামৰূপৰ ৰাজধানী।পূৱ দিশত ব্ৰহ্মপুত্র নদীখন পাৰ হৈ যোৱাৰ বাবে ইয়াক ৰাজ-দুৱাৰ বা ৰজাৰ দুৱাৰ বুলিও কোৱা হয়। উত্তৰ গুৱাহাটীত থকা একাধিক স্থাপত্যৰ অৱস্থিতি শিলালিপিবোৰ হ’ল আমাৰ প্রাচীন ঐতিহ্য আৰু সভ্যতাৰ জ্বলন্ত নিদর্শন।

উত্তৰ গুৱাহাটী প্রত্নতত্ত্বৰ আভাস Read More »

কাৰ্বি আংলং সজীৱ দলিচা

আপুনি যেতিয়া পুনৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব, তেতিয়া আপোনাৰ ভ্ৰমণৰ অন্তত এটা দিন দীঘলীয়া কৰি হ’লেও সমীপৰ কাৰ্বি গাঁও ভ্ৰমণ কৰাৰ চেষ্টা কৰক। অসমৰ প্ৰাচীনতম জনগোষ্ঠীৰ অন্যতম কাৰ্বিসকলে বছৰ বছৰ ধৰি উদ্যানখনৰ সমীপত বাস কৰি আহিছে। কাৰ্বি গাঁওবোৰ হৈছে এক অনন্য সংস্কৃতিৰ ভাণ্ডাৰ আৰু ইয়াৰ শিপা হৈছে প্রাণীসংস্কৃতি। এতিয়া ধর্মীয় ঐতিহ্যৰ নতুন ৰূপৰ আৱিৰ্ভাৱ

কাৰ্বি আংলং সজীৱ দলিচা Read More »

নামফাকে টাই সংযোগ

নাহৰকটীয়াৰ পৰা ৫  কিল’মিটাৰ   আৰু ডিব্ৰুগড়ৰ পৰা ৫০ কিল’মিটাৰ নিলগত অৱস্থিত নামফাকে হ’ল অসমৰ অতি আকর্ষণীয় পর্যটন স্থানসমূহৰ অন্যতম। মহাবাহু ব্ৰহ্মপুত্ৰৰ অন্যতম উপনদী দিহিঙৰ পাৰত সিঁচৰতি হৈ থকা এক মনোৰম গাঁওখনৰ এনে এক পুৰাতন আকর্ষণ আছে যি আপোনাৰ সিৰে সিৰে প্রবাহিত হ’ব। অসমৰ সৰ্ববৃহৎ টাই ফাকেৰ গাঁও এই নামফাকেতে প্রায় ১৫০ ঘৰ লোকে বাস কৰে

নামফাকে টাই সংযোগ Read More »