নাৰায়ণপুৰ অসমৰ এৰাসুঁতি
অসমখন হ’ল বৈচিত্র্যময় ভ্রমণ স্থানসমূহৰ এক বৃহৎ ভাণ্ডাৰ । ইয়াৰ কিছুমান অল্পখ্যাত স্থানে আপোনাক ৰাজ্যখনৰ এৰাসুঁতিলৈ লৈ যাব পাৰে আৰু আপোনাৰ ইনষ্টাগ্রাম বা ফেচবুক একাউণ্টৰ বাবে দৃষ্টিনন্দন ফটোৰ এলবামো গঢ়িব পাৰে। এনেকুৱা এটা অঞ্চল হ’ল আধ্যাত্মিকতাৰে পৰিপূৰ্ণ নাৰায়ণপুৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ই অৱস্থিত । নাৰায়ণপুৰৰ পৰা ১২ কিল’মিটাৰ দূৰৈত আছে লেটেকুপুখুৰী ৷ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান […]
নাৰায়ণপুৰ অসমৰ এৰাসুঁতি Read More »









