ডিমা হাছাও
নগাঁও জিলাৰ বৰঘাট চাৰিআলিৰ (গোল চকুৰ পথ সংযোগ) পৰা লংকাৰ দিশত ১৬৫ কিল’মিটাৰ গাড়ী চলাই গ’লে পাবগৈ এসময়ত ডিমাচা- কছাৰী ৰাজ্যৰ ৰাজধানী মাই বাং (গুৱাহাটীৰ পৰা ২৯০ কিল’মিটাৰ)। ইয়াত শিলত কাটি উলিওৱা চালিৰ আকাৰৰ এবিধ জুপুৰি ষ্টল হাউছত পদাৰ্পণৰ লগে লগে আপুনি ৰাজকীয় ঐতিহ্যৰ অনুভূতি পাব। মাহুৰ নদীৰ পাৰত অৱস্থিত এক বিশাল গ্রেনাইট শিলাত সুন্দৰকৈ […]