৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰোমাঞ্চকৰ যাত্ৰা
গন্তব্যস্থানতকৈ যাত্ৰা বেছি ৰোমাঞ্চকৰ বোলা ধাৰণাটো একেবাৰে সঁচা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ী চলাই যোৱাৰ সময়ত, দুয়ো পাৰৰ সৌন্দৰ্য আৱিষ্কাৰ কৰাৰ সময়ত এই কথা আটাইতকৈ বেছি বুজি পায়। গুৱাহাটীৰ পৰা ৫০ কিল’মিটাৰৰ নিলগত আপুনি ক্ষেত্ৰীত পাব-NEDFi ৰ R&D চেণ্টাৰ, যাক মুকুটৰ মণি আখ্যা দিব পাৰি। গছ-গছনি আৰু বৃক্ষৰ আচ্ছাদনৰ ভিতৰত লুকাই থকা ই হৈছে উদ্ভাৱন আৰু […]
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰোমাঞ্চকৰ যাত্ৰা Read More »









