অসমৰ প্ৰখ্যাত শিখ গাঁওখন
আপুনি যদি গুৱাহাটীৰ পৰা কাজিৰঙা অভিমুখে আহে তেন্তে বাটতে অসমৰ প্রখ্যাত শিখ গাঁওখন চাই আহিব পাৰিব। গুৱাহাটীৰ পৰা ১০০ কিল’মিটাৰমান অহাৰ পিছত নগাঁও জিলাৰ ৰহাৰ সমীপতে ৰাষ্ট্ৰীয় পথৰ পৰা তিনি কিল’মিটাৰমান সোমাব লাগিব। ইয়াতেই পাব অসমৰ প্ৰখ্যাত শিখ গাঁওখন, যিখন চাপৰমুখ সিং গাঁও নামে জনাজাত । প্রায় দুশ বছৰ আগতে আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ আমন্ত্ৰণত […]
অসমৰ প্ৰখ্যাত শিখ গাঁওখন Read More »









