অসমৰ চাহ পর্যটন পাতৰ পৰা কাপলৈ যাত্রা
অসমত চাহ পর্যটন হৈছে মনোমোহা ঔপনিৱেশিক শৈলীৰ বাগিচাৰ বাংলোত জীবন অনুভব কৰা বা ইয়াব জালি কোঠাৰ পৰা সূর্যব ৰশ্মি উপভোগ কৰাতকৈও অধিক বেছি। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ দুয়োপাৰে লহপহকৈ বাঢ়ি অহা চাহ গছবোৰ জগতখনৰ গভীৰতা ডুব গৈ আছে ৷ চাহ পর্যটন হ’ল এক অভিজ্ঞতাভিত্তিক পর্যটন, যিটো বিশ্বজুৰি প্রচলিত এক ধাৰা। ঔপনিৱেশিক জীৱনশৈলীব অভিজ্ঞতা লাভ কৰাৰ […]
অসমৰ চাহ পর্যটন পাতৰ পৰা কাপলৈ যাত্রা Read More »








