মহুৰামুখলৈ পথ যাত্ৰা
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নুমলীগড় তিনিআলিৰ পৰা প্ৰায় সাত কিল’মিটাৰ পাৰ হৈ যোৰহাট অভিমুখে অহাৰ পিছত দুয়োকাষে ৰসাল সেউজীয়া ধাননি পথাৰেৰে আগুৰি থকা পোন পথ এটাত প্ৰৱেশ কৰিব পাৰি। মহুৰামুখলৈ লৈ যোৱা এই দৃষ্টিনন্দন পথটোৰে গাড়ী চলাই যোৱাৰ সময়ত আপুনি ইতিহাসৰ এক দীঘলীয়া অভিজ্ঞতা লাভ কৰিব পাৰিব। ১৯৩৯ চনত অসমৰ প্ৰথমগৰাকী মহিলা ঠিকাদাৰ মোহিনী ৰাজকুমাৰীয়ে […]
মহুৰামুখলৈ পথ যাত্ৰা Read More »









