ঘাট পর্যটন
অসমৰ ঘাটসমূহে (নদীৰ সম্মুখ) পৱিত্র স্থান, দৃশ্যপট, সৌন্দর্য আৰু ঐতিহাসিকতাৰে দৰ্শনাৰ্থীক আকৰ্ষণ কৰে। ডাঙৰ হওক বা সৰু, প্রত্যেকটো ঘাটেই ৰং আৰু ৰূপৰ এক মনোমোহা কেলিডস্কোপ। অসমৰ ৮৯১ কিল’মিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰেই কাষত থকা বাসিন্দাৰ জীৱিকাৰ সমল। এই ঘাটবোৰ হৈছে সৌন্দর্য আৰু সংস্কৃতিত বিলীন হ’বপৰা সমলেৰে সমৃদ্ধ। ৱাটাৰফ্ৰণ্টত সময় কটোৱাটো, সূর্যাস্তৰ […]









