হাজো – বিশ্বাস আৰু বিশ্বস্ততাৰ অপূৰ্ব সমন্বয়
গুৱাহাটীৰ পৰা ৩৫ কিল’মিটাৰ উত্তৰ-পশ্চিমে ব্ৰহ্মপুত্ৰৰ পাৰত ‘অৱস্থিত হাজো হ’ল অসমৰ সবাতোকৈ, আকৰ্ষণীয় আৰু উল্লেখযোগ্য স্থানসমূহৰ অন্যতম। হাজো হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ ত্রিবেণী সংগম হিচাপে পৰিচিত। হাজো পাহাৰৰ চূড়াত থকা দুখন ধর্মীয় উপসনালয়ৰ বাবে সবাতোকৈ বিখ্যাত। ইয়াৰে এখন হ’ল পোৱামক্কা, যিটো গৰুড়াচল পাহাৰৰ ওপৰত অৱস্থিত আৰু মুছলমানসকলৰ তীৰ্থকেন্দ্র। আনটো হ’ল মণিকুন্ত পাহাৰৰ ওপৰত থকা […]
হাজো – বিশ্বাস আৰু বিশ্বস্ততাৰ অপূৰ্ব সমন্বয় Read More »









