ৰাণী-গৰভঙা
আকৰ্ষণীয় সমল আৰু অভিজ্ঞতাৰে বিয়পি পৰা এখন গ্রাম্য অঞ্চল হ’ব পাৰে এক আকর্ষণীয় আৱিষ্কাৰ। যদিহে ই কেৱল এখন চহৰৰ চুকত হয় তেন্তে সোণত সুৱগা । ৰাণী-গৰভঙা হৈছে বৃক্ষাবৃত পাহাৰ, উপত্যকা আৰু নদীৰে আগুৰা অসমৰ প্ৰাকৃতিক সৌন্দর্য। গুৱাহাটীৰ মাত্র ৩০ কিল’মিটাৰ নিলগৰ ৰাণীত আপুনি জীৱনৰ এনে এক গতি বিচাৰি পায় যাক আপুনি চিৰদিনৰ বাবে আঁকোৱালি ল’ব […]









