Author name: Arijit Purkayastha

অসমৰ মোহনীয় জলাশয়, ঐতিহাসিক সত্ৰ আৰু প্ৰাচীন গুহাৰ মাজেৰে যাত্রা

অসমৰ বিলৰ সৌন্দৰ্যই আপোনাৰ স্তব্ধ কৰি দিব পাৰে। এই স্বচ্ছ পানীৰ হুদবোৰ, যিবোৰৰ কিছুমান চকুৰে দেখা পোৱালৈকে বিস্তৃত হৈ আছে তাৰ সৌন্দৰ্য অতুলনীয়। বৰাক উপত্যকাৰ ছন-বিল হ্রদ, যিটো অসমৰ আটাইতকৈ ডাঙৰ হ্রদ এনে এক সৌন্দৰ্যৰ আকৰ। এইবোৰে নিস্তব্ধ পৰিৱেশত প্রকৃতি আৰু সংস্কৃতিৰ উদ্যাপন কৰে।    ব্রহ্মপুত্র উপত্যকাত গোৱালপাৰা চহৰ (গুৱাহাটীৰপৰা ১৫০ কিল’মিটাৰ) পোৱাৰ মাত্র ১০ […]

অসমৰ মোহনীয় জলাশয়, ঐতিহাসিক সত্ৰ আৰু প্ৰাচীন গুহাৰ মাজেৰে যাত্রা Read More »

Exploring the Timeless Traditions of the Kaibarta-Jalkeots community in South Kamrup

In the verdant countryside of Modhupur, Kukurmara of South Kamrup, a mere 50 km from Guwahati, you will experience a life deeply entwined with the rhythms of nature. Here, among the Kaibarta-Jalkeots, an aboriginal fishing community, of Lower Assam you are drawn into a serene pace of life. Not much would have changed since the

Exploring the Timeless Traditions of the Kaibarta-Jalkeots community in South Kamrup Read More »

অসমৰ মেলা আৰু উৎসৱ

মেলা আৰু উৎসৱৰ বৈচিত্র্যপূর্ণ কেলেণ্ডাৰৰ সৈতে অসম গোটেই বছৰটো দর্শনার্থীৰ বাবে সৰগীয় আকর্ষণ। ৰাভা হাজং চানডুবি উৎসৱ (১ তাৰিখৰ পৰা ৫ জানুৱাৰীলৈ), মাঘ বিহু জানুৱাৰী মাহৰ মাজভাগ), মণিকূট উৎসৱ সমন্বয় ৰেলী (অসমীয়া পঞ্জিকাৰ মাঘৰ প্ৰথম দিন) আৰু মে-ডাম-মে-ফি (৩১ তাৰিখ) ৰ পৰা আৰম্ভ কৰি জানুৱাৰী মাহৰ পৰা ডিচেম্বৰলৈকে অসমীয়াৰ উৎসৱ উদযাপনৰ সংখ্যাই আপোনাক আকর্ষণ কৰিব।

অসমৰ মেলা আৰু উৎসৱ Read More »

সুলভ পৰ্যটন 

যদি আপুনি বৃদ্ধ আৰু অসুস্থ, তেন্তে এতিয়া অসমত ভ্ৰমণৰ সময়ত সমস্যা হ’ব পাৰে বুলি চিন্তা নকৰিব। হুইল চেয়াৰত প্ৰৱেশযোগ্য সুবিধাসমূহ দুর্বল হ’লেও, স্থানীয় ট্যুৰ অপাৰেটৰসকলে আপোনাৰ যাত্রাক সমৃদ্ধ অভিজ্ঞতা হিচাপে গঢ়ি তুলিবলৈ সমাধান আগবঢ়ায়।  গুৱাহাটীত উপস্থিত হোৱাৰ পাছত অসমৰ একমাত্র ‘ৰামছাৰ’স্থান আৰু ব্ৰহ্মপুত্র উপত্যকাৰ আটাইতকৈ ডাঙৰ জলাশয় দিপৰ বিলৰ কাষেৰে গাড়ী চলাই উপভোগ কৰক। প্রায়ে

সুলভ পৰ্যটন  Read More »

অসম ভ্ৰমণৰ জৰিয়তে সমৃদ্ধি অর্জন

এসময়ৰ প্রাগজ্যোতিষপুৰ, এতিয়াৰ গুৱাহাটী আৰু ইয়াৰ আশ-পাশৰ উপাস্য স্থানবোৰ কেইবাজনো দেৱতাৰ বাসস্থানৰূপে পৰিগণিত হৈ আহিছে। এই অঞ্চলত ভগৱান গণেশৰ প্রতি উস্থগিত মন্দিৰ আৰু শিলাখণ্ড দেখিলে অঞ্চলটো হস্তীমুখী প্রভুজনৰ প্রিয় অঞ্চল যেন লাগে।উত্তৰ গুৱাহাটীৰ দীর্ঘেশ্বৰী মন্দিৰৰ প্রৱেশদ্বাৰত আছে সম্ভৱত অসমৰ ভিতৰত সৰ্ববৃহৎ খোদিত গণেশৰ প্রতিমূর্তি। 

অসম ভ্ৰমণৰ জৰিয়তে সমৃদ্ধি অর্জন Read More »

ঘাট পর্যটন

অসমৰ ঘাটসমূহে (নদীৰ সম্মুখ) পৱিত্র স্থান, দৃশ্যপট, সৌন্দর্য আৰু ঐতিহাসিকতাৰে দৰ্শনাৰ্থীক আকৰ্ষণ কৰে। ডাঙৰ হওক বা সৰু, প্রত্যেকটো ঘাটেই ৰং আৰু ৰূপৰ এক মনোমোহা কেলিডস্কোপ। অসমৰ ৮৯১ কিল’মিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰেই কাষত থকা বাসিন্দাৰ জীৱিকাৰ সমল। এই ঘাটবোৰ হৈছে সৌন্দর্য আৰু সংস্কৃতিত বিলীন হ’বপৰা সমলেৰে সমৃদ্ধ।        ৱাটাৰফ্ৰণ্টত সময় কটোৱাটো, সূর্যাস্তৰ

ঘাট পর্যটন Read More »

হাজো, নাজীফুল, মন্দিৰ আৰু উৎসৱৰ সমাহাৰ

গুৱাহাটীত পুৱা হোৱাৰ লগে লগে ভৰলুমুখৰ ব্ৰহ্মপুত্ৰ আৰু উদীয়মান সূৰ্যৰ শোভা বৃদ্ধি কৰি ৰাস্তাৰ কাষত কমলা আৰু হালধীয়া বঙৰ নাৰ্জী (গেণ্ডা, মেৰীগ’ল্ড) ফুলৰ বজাৰ এখন ফুলি উঠে। পুৱা কামাখ্যা দৰ্শনৰ বাবে ওলাই অহা নতুবা প্রাতঃভ্রমণ কৰা পৰ্যটকৰ বাবে এয়া হ’ল অতি আকর্ষণীয় স্নেপশ্বট। সাধাৰণতে দুঘণ্টামানতে এই ফুল আৰু মালাৰ দ’মবোৰ বিক্ৰী হৈ যায় আৰু তাৰ

হাজো, নাজীফুল, মন্দিৰ আৰু উৎসৱৰ সমাহাৰ Read More »

হাতীমূৰা প্রত্নতাত্ত্বিক মন্দিৰ

        বিশ্বৰ অন্যতম পৱিত্ৰ নদী হোৱাৰ বাবে ব্রহ্মপুত্ৰৰ পাৰত বিশেষকৈ মধ্যযুগত মন্দিৰ নির্মাণ হোৱাটো একেবাৰে স্বাভাৱিক কথা।           স্থাপত্যৰ এক গৌৰৱময় অতীতৰ সাক্ষীসমূহ আজিৰ দিনত নিশ্চিত ভাবে ভ্রমণ কৰিবলগীয়া। গতিকে, যদি আপুনি দিনত জখলাবন্ধা (কাজিৰঙালৈ ৪৫ কিল’মিটাৰ) পাৰ হৈ গৈছে, তেন্তে নিশ্চিতভাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৫ কিল’মিটাৰ

হাতীমূৰা প্রত্নতাত্ত্বিক মন্দিৰ Read More »

সৰভোগ আৰু বৰপেটাৰ অন্বেষণত

স্হানীয় লোকৰ মাজত জনপ্রিয় পর্যটনস্থান ভ্ৰমণৰ অভিজ্ঞতা অতুলনীয়, হ’ব পাৰে। অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ কেন্দ্রবিন্দু বৰপেটা সত্র তেনে এক অঞ্চল। গুৱাহাটীৰ পৰা ৰঙিয়া হৈ মাত্র ১৩০ কিল’মিটাৰ দূৰত্ব। কিন্তু যাত্রাপথটো একাধিক আকর্ষণীয় সমলৰে সমৃদ্ধ বাবে গন্তব্য স্থানৰ দৰে পথটোও সমানে আনন্দদায়ক।      পাঠশালা পাবলৈ ধৰোঁতেই মৰকা চ’কত বাওঁফালে ফাটি গৈ জালিকটা পাব পাৰি। ২০০ বছৰৰো

সৰভোগ আৰু বৰপেটাৰ অন্বেষণত Read More »