হাতীমূৰা প্রত্নতাত্ত্বিক মন্দিৰ
বিশ্বৰ অন্যতম পৱিত্ৰ নদী হোৱাৰ বাবে ব্রহ্মপুত্ৰৰ পাৰত বিশেষকৈ মধ্যযুগত মন্দিৰ নির্মাণ হোৱাটো একেবাৰে স্বাভাৱিক কথা। স্থাপত্যৰ এক গৌৰৱময় অতীতৰ সাক্ষীসমূহ আজিৰ দিনত নিশ্চিত ভাবে ভ্রমণ কৰিবলগীয়া। গতিকে, যদি আপুনি দিনত জখলাবন্ধা (কাজিৰঙালৈ ৪৫ কিল’মিটাৰ) পাৰ হৈ গৈছে, তেন্তে নিশ্চিতভাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৫ কিল’মিটাৰ […]
হাতীমূৰা প্রত্নতাত্ত্বিক মন্দিৰ Read More »