সৰভোগ আৰু বৰপেটাৰ অন্বেষণত
স্হানীয় লোকৰ মাজত জনপ্রিয় পর্যটনস্থান ভ্ৰমণৰ অভিজ্ঞতা অতুলনীয়, হ’ব পাৰে। অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ কেন্দ্রবিন্দু বৰপেটা সত্র তেনে এক অঞ্চল। গুৱাহাটীৰ পৰা ৰঙিয়া হৈ মাত্র ১৩০ কিল’মিটাৰ দূৰত্ব। কিন্তু যাত্রাপথটো একাধিক আকর্ষণীয় সমলৰে সমৃদ্ধ বাবে গন্তব্য স্থানৰ দৰে পথটোও সমানে আনন্দদায়ক। পাঠশালা পাবলৈ ধৰোঁতেই মৰকা চ’কত বাওঁফালে ফাটি গৈ জালিকটা পাব পাৰি। ২০০ বছৰৰো […]
সৰভোগ আৰু বৰপেটাৰ অন্বেষণত Read More »









