April 2024

হাজো, নাজীফুল, মন্দিৰ আৰু উৎসৱৰ সমাহাৰ

গুৱাহাটীত পুৱা হোৱাৰ লগে লগে ভৰলুমুখৰ ব্ৰহ্মপুত্ৰ আৰু উদীয়মান সূৰ্যৰ শোভা বৃদ্ধি কৰি ৰাস্তাৰ কাষত কমলা আৰু হালধীয়া বঙৰ নাৰ্জী (গেণ্ডা, মেৰীগ’ল্ড) ফুলৰ বজাৰ এখন ফুলি উঠে। পুৱা কামাখ্যা দৰ্শনৰ বাবে ওলাই অহা নতুবা প্রাতঃভ্রমণ কৰা পৰ্যটকৰ বাবে এয়া হ’ল অতি আকর্ষণীয় স্নেপশ্বট। সাধাৰণতে দুঘণ্টামানতে এই ফুল আৰু মালাৰ দ’মবোৰ বিক্ৰী হৈ যায় আৰু তাৰ […]

হাজো, নাজীফুল, মন্দিৰ আৰু উৎসৱৰ সমাহাৰ Read More »

হাতীমূৰা প্রত্নতাত্ত্বিক মন্দিৰ

        বিশ্বৰ অন্যতম পৱিত্ৰ নদী হোৱাৰ বাবে ব্রহ্মপুত্ৰৰ পাৰত বিশেষকৈ মধ্যযুগত মন্দিৰ নির্মাণ হোৱাটো একেবাৰে স্বাভাৱিক কথা।           স্থাপত্যৰ এক গৌৰৱময় অতীতৰ সাক্ষীসমূহ আজিৰ দিনত নিশ্চিত ভাবে ভ্রমণ কৰিবলগীয়া। গতিকে, যদি আপুনি দিনত জখলাবন্ধা (কাজিৰঙালৈ ৪৫ কিল’মিটাৰ) পাৰ হৈ গৈছে, তেন্তে নিশ্চিতভাবে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৫ কিল’মিটাৰ

হাতীমূৰা প্রত্নতাত্ত্বিক মন্দিৰ Read More »

সৰভোগ আৰু বৰপেটাৰ অন্বেষণত

স্হানীয় লোকৰ মাজত জনপ্রিয় পর্যটনস্থান ভ্ৰমণৰ অভিজ্ঞতা অতুলনীয়, হ’ব পাৰে। অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ কেন্দ্রবিন্দু বৰপেটা সত্র তেনে এক অঞ্চল। গুৱাহাটীৰ পৰা ৰঙিয়া হৈ মাত্র ১৩০ কিল’মিটাৰ দূৰত্ব। কিন্তু যাত্রাপথটো একাধিক আকর্ষণীয় সমলৰে সমৃদ্ধ বাবে গন্তব্য স্থানৰ দৰে পথটোও সমানে আনন্দদায়ক।      পাঠশালা পাবলৈ ধৰোঁতেই মৰকা চ’কত বাওঁফালে ফাটি গৈ জালিকটা পাব পাৰি। ২০০ বছৰৰো

সৰভোগ আৰু বৰপেটাৰ অন্বেষণত Read More »

Puppetry of Assam—Connecting Tourism

When viewed through the lens of tourism, Putala Nach / Puppetry is a cultural tradition that can elevate the experiences of visitors to picturesque villages in the Brahmaputra Valley. A well-loved folk entertainment shows, it thrives in the Changsari, Tihu, and Nalbari regions of lower Assam including Guwahati and the charming towns of Nagaon and Morigaon in

Puppetry of Assam—Connecting Tourism Read More »