May 2024

অসমৰ মেলা আৰু উৎসৱ

মেলা আৰু উৎসৱৰ বৈচিত্র্যপূর্ণ কেলেণ্ডাৰৰ সৈতে অসম গোটেই বছৰটো দর্শনার্থীৰ বাবে সৰগীয় আকর্ষণ। ৰাভা হাজং চানডুবি উৎসৱ (১ তাৰিখৰ পৰা ৫ জানুৱাৰীলৈ), মাঘ বিহু জানুৱাৰী মাহৰ মাজভাগ), মণিকূট উৎসৱ সমন্বয় ৰেলী (অসমীয়া পঞ্জিকাৰ মাঘৰ প্ৰথম দিন) আৰু মে-ডাম-মে-ফি (৩১ তাৰিখ) ৰ পৰা আৰম্ভ কৰি জানুৱাৰী মাহৰ পৰা ডিচেম্বৰলৈকে অসমীয়াৰ উৎসৱ উদযাপনৰ সংখ্যাই আপোনাক আকর্ষণ কৰিব। […]

অসমৰ মেলা আৰু উৎসৱ Read More »

সুলভ পৰ্যটন 

যদি আপুনি বৃদ্ধ আৰু অসুস্থ, তেন্তে এতিয়া অসমত ভ্ৰমণৰ সময়ত সমস্যা হ’ব পাৰে বুলি চিন্তা নকৰিব। হুইল চেয়াৰত প্ৰৱেশযোগ্য সুবিধাসমূহ দুর্বল হ’লেও, স্থানীয় ট্যুৰ অপাৰেটৰসকলে আপোনাৰ যাত্রাক সমৃদ্ধ অভিজ্ঞতা হিচাপে গঢ়ি তুলিবলৈ সমাধান আগবঢ়ায়।  গুৱাহাটীত উপস্থিত হোৱাৰ পাছত অসমৰ একমাত্র ‘ৰামছাৰ’স্থান আৰু ব্ৰহ্মপুত্র উপত্যকাৰ আটাইতকৈ ডাঙৰ জলাশয় দিপৰ বিলৰ কাষেৰে গাড়ী চলাই উপভোগ কৰক। প্রায়ে

সুলভ পৰ্যটন  Read More »

অসম ভ্ৰমণৰ জৰিয়তে সমৃদ্ধি অর্জন

এসময়ৰ প্রাগজ্যোতিষপুৰ, এতিয়াৰ গুৱাহাটী আৰু ইয়াৰ আশ-পাশৰ উপাস্য স্থানবোৰ কেইবাজনো দেৱতাৰ বাসস্থানৰূপে পৰিগণিত হৈ আহিছে। এই অঞ্চলত ভগৱান গণেশৰ প্রতি উস্থগিত মন্দিৰ আৰু শিলাখণ্ড দেখিলে অঞ্চলটো হস্তীমুখী প্রভুজনৰ প্রিয় অঞ্চল যেন লাগে।উত্তৰ গুৱাহাটীৰ দীর্ঘেশ্বৰী মন্দিৰৰ প্রৱেশদ্বাৰত আছে সম্ভৱত অসমৰ ভিতৰত সৰ্ববৃহৎ খোদিত গণেশৰ প্রতিমূর্তি। 

অসম ভ্ৰমণৰ জৰিয়তে সমৃদ্ধি অর্জন Read More »

ঘাট পর্যটন

অসমৰ ঘাটসমূহে (নদীৰ সম্মুখ) পৱিত্র স্থান, দৃশ্যপট, সৌন্দর্য আৰু ঐতিহাসিকতাৰে দৰ্শনাৰ্থীক আকৰ্ষণ কৰে। ডাঙৰ হওক বা সৰু, প্রত্যেকটো ঘাটেই ৰং আৰু ৰূপৰ এক মনোমোহা কেলিডস্কোপ। অসমৰ ৮৯১ কিল’মিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰেই কাষত থকা বাসিন্দাৰ জীৱিকাৰ সমল। এই ঘাটবোৰ হৈছে সৌন্দর্য আৰু সংস্কৃতিত বিলীন হ’বপৰা সমলেৰে সমৃদ্ধ।        ৱাটাৰফ্ৰণ্টত সময় কটোৱাটো, সূর্যাস্তৰ

ঘাট পর্যটন Read More »