ডিমা হাছাওস্থিত আমুৰ – ফেলকনৰ অস্থায়ী ঘৰ
অক্টোবৰৰ পৰা অসমৰ ডিমা হাছাও জিলাখন, এক চিত্র-বিচিত্র আনন্দথলীলৈ পৰিণত হয়। ইয়াৰ পাহাৰ আৰু উপত্যকাবোৰ বছৰজুৰি মনোমোহা হৈ থাকিলেও এতিয়া ই বিশেষভাৱে ভ্ৰমণৰ যোগ্য। কাৰণ বিশ্বৰ আটাইতকৈ দীঘলীয়া ভ্ৰমণকাৰী পক্ষী আমুৰ ফেলকনৰ বতৰ এতিয়া। গুৱাহাটীৰ পৰা ২৫০ কিল’মিটাৰ দূৰত্বত অৱস্থিত উমৰাংছ’ পৰিণত হয় ৰাছিয়া আৰু চীনৰ সীমান্তত অৱস্থিত আমুৰ নদীৰ ওচৰৰ পৰা উৰি অহা এই […]
ডিমা হাছাওস্থিত আমুৰ – ফেলকনৰ অস্থায়ী ঘৰ Read More »









